New Update
/asomiyapratidin/media/media_files/2025/05/22/b6MjGJGRgT6OcIy8EEiP.jpg)
- অসমবাসীৰ বাবে এটা ভাল খবৰ।
- ইউ পি এছ চিৰ ২০২৪ বৰ্ষৰ ভাৰতীয় বন সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ অভিজ্ঞান খাউণ্ডে।
- ২০২৪ বৰ্ষৰ পৰীক্ষাত ভাৰতীয় বন সেৱালৈ নির্বাচিত একমাত্র অসমীয়া হৈছে অভিজ্ঞান।
- অভিজ্ঞানৰ এই সফলতাত গৌৰৱাম্বিত তেওৰ পৰিয়ালৰ লগতে তেওৰ শুভাকাংক্ষীসকল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us