অসুস্থ শিল্পী জুবিন গাৰ্গঃ হাস্পতালত ভৰ্তি...

পুনৰ অসুস্থ হৈ পৰিছে শিল্পী জুবিন গাৰ্গ।  অসুস্থ শিল্পীগৰাকীক ভৰ্তি কৰা হৈছে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত।  জানিব পৰা মতে বুকুৰ বিষত আক্ৰান্ত হৈছে হাৰ্টথ্ৰবগৰাকী।

author-image
Tushar Pratim
New Update
অসুস্থ শিল্পী জুবিন গাৰ্গঃ হাস্পতালত ভৰ্তি...
  • পুনৰ অসুস্থ হৈ পৰিছে শিল্পী জুবিন গাৰ্গ। 
  • অসুস্থ শিল্পীগৰাকীক ভৰ্তি কৰা হৈছে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত। 
  • জানিব পৰা মতে বুকুৰ বিষত আক্ৰান্ত হৈছে হাৰ্টথ্ৰবগৰাকী।
  • অসুস্থ জুুবিনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
  • বৰ্তমানেও চিকিৎসাধীন জুবিন গাৰ্গৰ স্বাস্থ্যৰ সবিশেষ জানিব পৰাা নাই। 
  • পৰৱৰ্তি সময়ত অৱশ্যে তেওঁৰ স্বাস্থ্যৰ বিষয়ে আনুষ্ঠানিকভাৱে সবিশেষ জনোৱাৰ সম্ভাৱনা আছে। 
  • জুবিন গাৰ্গৰ অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগে উদ্বিগ্ন হৈ পৰিছে অনুৰাগীসকল।
জুবিন গাৰ্গ