0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
নগাঁও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে দুখন নকল সোণৰ নাও। এক গোপন সুত্ৰৰ পম খেদি মঙলবাৰে বিয়লি নগাওঁ আৰক্ষীয়ে খুটিকটীয়া-বৰভেটি সংযোগী পথত চলাইছিল এই অভিযান। অভিযানত নকল সোণৰ নাও দুখন জব্দ কৰাৰ লগতে দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব