" গোগামুখত নকল সোণৰ বেপাৰী আটক দেওবাৰে নিশা সৰবৰাহকাৰীজনক আটক গোগামুখ আৰক্ষীৰ আটকাধীন লোকজন জোনাইৰ দিপক বড়ো বুলি চিনাক্ত লোকজনৰ পৰা জব্দ ৭ কেজি ৫০০ গ্ৰাম নকল সোণ আৰক্ষীৰ তদন্ত অব্যাহত "