যোৰাবাটৰ আঠ মাইলত নকল সোণসহ ৩ জনক গ্ৰেপ্তাৰঃ ৭৫ হাজাৰ নকল নোট জব্দ...

যোৰাবাটৰ আঠ মাইলত নকল সোণসহ ৩ জনক গ্ৰেপ্তাৰঃ ৭৫ হাজাৰ নকল নোট জব্দ...
যোৰাবাটৰ আঠ মাইলত নকল সোণসহ ৩ জনক গ্ৰেপ্তাৰঃ ৭৫ হাজাৰ নকল নোট জব্দ...
  • যোৰাবাটৰ আঠ মাইলত এছ টি এফৰ অভিযান।

  • অভিযানত নকল সোণসহ ৩ সৰবৰাহকাৰীক গ্রেপ্তাৰ।

  • সৰবৰাহকাৰী কেইটাৰ পৰা জব্দ এখন মাৰুতি এল্ট’ বাহন।

  • তেওঁলোকৰ পৰা জব্দ কৰিছে এখন নাও আকৃতিৰ নকল সোণ।

  • ইয়াৰোপৰি জব্দ কৰা হৈছে ৫০০ টকীয়া জালনোটৰ ৭৫ হাজাৰ টকা।

  • গ্রেপ্তাৰ লখিমপুৰৰ মনছুৰ আলী নামৰ এজনক।

  • গ্রেপ্তাৰ হোৱা আন দুজন বৰপেটা হাউলীৰ ৰাজীৱ আলী আৰু জাহিদুল ইছলাম।

যোৰাবাটৰ আঠ মাইলত নকল সোণসহ ৩ জনক গ্ৰেপ্তাৰঃ ৭৫ হাজাৰ নকল নোট জব্দ...
বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী ভূপেন চন্দ্ৰ শৰ্মাৰ বিয়োগত শোক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in