/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
যোৰাবাটৰ আঠ মাইলত নকল সোণসহ ৩ জনক গ্ৰেপ্তাৰঃ ৭৫ হাজাৰ নকল নোট জব্দ...
যোৰাবাটৰ আঠ মাইলত এছ টি এফৰ অভিযান।
অভিযানত নকল সোণসহ ৩ সৰবৰাহকাৰীক গ্রেপ্তাৰ।
সৰবৰাহকাৰী কেইটাৰ পৰা জব্দ এখন মাৰুতি এল্ট’ বাহন।
তেওঁলোকৰ পৰা জব্দ কৰিছে এখন নাও আকৃতিৰ নকল সোণ।
ইয়াৰোপৰি জব্দ কৰা হৈছে ৫০০ টকীয়া জালনোটৰ ৭৫ হাজাৰ টকা।
গ্রেপ্তাৰ লখিমপুৰৰ মনছুৰ আলী নামৰ এজনক।
গ্রেপ্তাৰ হোৱা আন দুজন বৰপেটা হাউলীৰ ৰাজীৱ আলী আৰু জাহিদুল ইছলাম।
Also Read: বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী ভূপেন চন্দ্ৰ শৰ্মাৰ বিয়োগত শোক...