ASOM JATIYA PARISHAD
বটদ্ৰৱা থানৰ দৌল যাত্ৰা মহোৎসৱ : অসম জাতীয় পৰিষদৰ উদ্যোগত ভকত -বৈষ্ণৱক অসমীয়া পৰম্পৰাগত খাদ্যৰে আপ্যায়ন
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ দৌল যাত্ৰা মহোৎসৱ উপলক্ষে অসম জাতীয় পৰিষদৰ উদ্যোগত ভকত বৈষ্ণৱ, তীৰ্থযাত্ৰীসকলক অসমীয়া পৰম্পৰাগত খাদ্য মিঠৈ লাড়ু, তিল পিঠা, চাহেৰে আপ্যায়ন কৰা হৈছে।
প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছ- অসম জাতীয় পৰিষদৰ শোক
চৰকাৰী স্বাস্থ্য পৰীক্ষাৰ প্ৰস্তাৱিত মূল্যবৃদ্ধি প্ৰত্যাহাৰৰ দাবী জাতীয় পৰিষদৰ
"প্ৰিয়া কুমাৰীৰ দুৰ্ঘটনাত মৃত্যুৰ বাবে দায়ী মন্ত্ৰী-চৰকাৰী বিভাগ"- অসম জাতীয় পৰিষদ...
"সত্যপাল মালিকৰ অভিযোগৰ তদন্ত কৰক উচ্চতম ন্যায়ালয়ে"- অসম জাতীয় পৰিষদ...