শেহতীয়া খবৰ
চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...  •  অসুস্থ শৃংখল চলিহাঃ আই চি ইউত চিকিৎসাধীন...  •  ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা ত্ৰিৰংগ সমদল, চিত্ৰাংকন প্ৰতিযোগিতা...
Browsing Tag

guwahati

পুৱাই ত্ৰিৰংগা হাতত লৈ শিক্ষাৰ্থীৰ লগত সমদলেৰে ওলাই আহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

ডিজিটেল ডেস্ক : আজি ১৩ আগষ্ট। আজিৰে পৰা তিনিদিনীয়াকৈ দেশত উদযাপন হ'ব স্বাধীনতা দিৱস। ঘৰে ঘৰে উৰিব ত্ৰিৰংগা। দেশৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হাতত লোৱা হৈছে। শনিবাৰে
আৰু পঢ়ক...

ট্ৰেইনৰ খুন্দাত মৃত্যু কৌতুক অভিনেতা হৰেশ্বৰ ডেকাৰ…

ডিজিটেল ডেস্ক: বুধবাৰে মহানগৰীৰ নুনমাটি কেবিন চকত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। কলংপাৰ এক্সপ্ৰেছৰ খুন্দাত মৃত্যু এজন শিল্পীৰ। মৃত শিল্পী জনৰ নাম হৰেশ্বৰ ডেকা। হৰেশ্বৰ ডেকাৰ ঘৰ মঠঘৰীযাৰ বড়ো চকত। শিল্পী গৰাকী কৌতুক অভিনেতা আছিল বুলি জানিব
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ…

১) চুবুৰীয়া অৰুণাচলৰ ভাৰত-ম্যানমাৰ সীমান্তত আছাম ৰাইফলছৰ শিবিৰত ভয়াৱহ আক্ৰমণ সংঘটিত কৰিছে আলফা (স্বাধীন) আৰু এন এছ চি এনয়ে। পুৱতি নিশা সংঘটিত কৰা এই আক্ৰমণৰ পিছতেই দুয়োপক্ষৰ মাজত গুলীয়াগুলী চলে। ২)মহানগৰীৰ বিদ্যালয় সমূহলৈ শিক্ষা
আৰু পঢ়ক...

আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস: কটন এলুমেনি হলত অসম লেখিকা সমাজৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান…

ডিজিটেল ডেস্ক: ৯ আগষ্ট, মঙলবাৰে কটনৰ এলুমেনি প্ৰেক্ষাগৃহত অসম লেখিকা সমাজে পোন-প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস অথবা আদিবাসী দিৱসৰ আঁত ধৰি আয়োজন কৰে এক বিশেষ অনুষ্ঠানৰ | ''মাটি, মানুহ আৰু সমন্বয়'' শীৰ্ষক এই অনুষ্ঠানটিত বৰচিং
আৰু পঢ়ক...

অসমত খিলঞ্জীয়াৰ সুৰক্ষা কেতিয়া…

মৃদুল কুমাৰ সন্দিকৈ আমাৰ অধিকাৰ ক’ত? ঔপনিৱেশকতাবাদৰ বিৰুদ্ধে সঁচা অৰ্থত খিলঞ্জীয়া লোকসকলৰ এই শ্ৰেণীবদ্ধ সংগ্ৰামৰ কিবা ফলাফল ওলাবনে। বছৰৰ এটা দিন খিলঞ্জীয়া দিৱস উদযাপনৰ নামত কেৱল আনুষ্ঠানিকতাৰে খিলঞ্জীয়া লোকসকলক এনে নিচুকনি দিয়াতেই
আৰু পঢ়ক...

এনে মানুহ থাকিলে কিয় লাগে  ভগৱান..

মৃদুল কুমাৰ সন্দিকৈ দেওবাৰৰ দিনা তেওঁৰ ব্যস্ততা বাঢ়ে। আনে দেওবাৰটো নিজৰ বাবে থয়, তেওঁ দেওবাৰটো উচৰ্গা কৰে আনৰ বাবে। কি কৰে তেওঁ জানিলে শ্ৰদ্ধাত মূৰ দো খাই যাব। বৰ ধনী মানুহ তেওঁ নহয়। ধনেৰে ধনী নহ’লেও মনেৰে তেওঁ ধনী। পৃথিৱীত আজিও
আৰু পঢ়ক...

ডেৰমাহৰ পাছত মুকলি আকাশৰ তললৈ আহি দুৰ্বল শৰীৰেই খেলত অংশ ল’ব প্ৰণীতা চুতীয়াই….

ডিজিটেল ডেস্ক : ডেৰমাহৰ পাছত মুকলি আকাশৰ তললৈ আহি গুৱাহাটীত উপস্থিত হ'ল প্ৰণীতা চুতীয়া। আলফা স্বাধীনক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছিল উশ্বু খেলুৱৈ প্ৰণীতা। ৫ আগষ্টত প্ৰায় ডেৰমাহৰ পাছত মুকলি আকাশৰ তললৈ আহিছিল প্ৰণীতা। ৭ আগষ্ট, দেওবাৰ অৰ্থাৎ আজি
আৰু পঢ়ক...

“মানুহে মানুহৰ বাবে” – য়ুথ ক্লাৱ মঙলদৈৰ উদ্যোগত অন্তৰংগ আলাপ অনুষ্ঠান …

প্ৰতিদিন ডিজিটেল সংবাদ,‌ মঙলদৈ : "মানুহে মানুহৰ বাবে---, দৰং, অসম আৰু য়ুথ ক্লাৱ মঙলদৈৰ উদ্যোগত অন্তৰংগ আলাপ অনুষ্ঠান। "মাধ্যম কেতিয়াও শিক্ষাৰ অন্তৰায় হ'ব নোৱাৰে। যি মাধ্যমতে অধ্যয়ন নকৰক কিয়, ভালদৰে অধ্যয়ন নকৰিলে কোনো ছাত্ৰ ছাত্ৰী
আৰু পঢ়ক...

উৎকোচ লোৱা প্ৰত্যক্ষ কৰিলে শীঘ্ৰেই ফোন কৰক এই নম্বৰত….

ডিজিটেল ডেস্ক : ৰাজ্যত উৎকোচ লোৱা কৰ্মচাৰীৰ ওপৰত চলিছে অভিযান। বৰ্তমানলৈকে বহুকেইজন চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যত এতিয়াও আছে তেনে বহু উৎকোচ লোৱা চৰকাৰী কৰ্মচাৰী। তেনে দুৰ্নীতিৰ বাধা দিবলৈ এতিয়া আপুনিও ল’ব পাৰে পদক্ষেপ। অসম
আৰু পঢ়ক...

চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত প্ৰাদেশিকৃত ৩৩খন মহাবিদ্যালয়ৰ কৰ্মচাৰী…

প্ৰতিদিন ডিজিটেল ডেস্ক, ওৰাং : অসম স্নাতক মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰীৰ ক্ষোভ । প্ৰাদেশিকৰণৰ পিছতো চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত প্ৰাদেশিকৃত হোৱা ৩৩খন মহাবিদ্যালয়ৰ কৰ্মচাৰী । গৰম বন্ধ খোলাৰ দিনাই ৩৩ খন
আৰু পঢ়ক...