পত্নীহাৰা হ'ল বিশিষ্ট সংগীত শিল্পী জে পি দাস...

পত্নীহাৰা হ'ল বিশিষ্ট সংগীত শিল্পী জে পি দাস, জনপ্রিয় কণ্ঠশিল্পী হীৰা দাসৰ বিয়োগ। মহানগৰীৰ এপ’ল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ।

author-image
Asomiya Pratidin
New Update
জনপ্রিয় কণ্ঠশিল্পী হীৰা দাসৰ বিয়োগ
  • পত্নীহাৰা হ'ল বিশিষ্ট সংগীত শিল্পী জে পি দাস।
  • জনপ্রিয় কণ্ঠশিল্পী হীৰা দাসৰ বিয়োগ।
  • শিল্পী, গীতিকাৰ জে পি দাসৰ পত্নী আছিল হীৰা দাস।
  • বহু জনপ্রিয় গীতত কণ্ঠদান কৰিছিল হীৰা দাসে।
  • মহানগৰীৰ এপ’ল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ।
  • আজি পুৱা ৩.৩০ বজাত ৭৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ।
  • ব্রেইন ষ্ট’কত আক্রান্ত হৈ মৃত্যু জনপ্রিয় কণ্ঠশিল্পীগৰাকীৰ।
  • নৱগ্রহ শ্মশানত সম্পন্ন কৰা হ’ব শেষকৃত্য।
guwahati