New Update
/asomiyapratidin/media/media_files/2025/03/08/KQdz5BwvLLsQ9wer95qh.jpg)
সন্ধানহীন দুই ছাত্ৰ
- গুৱাহাটীৰ নুনমাটিৰ পৰা সন্ধানহীন দুগৰাকী ছাত্ৰ
- বিদ্যালয়লৈ যোৱা পথৰ পৰা নিৰুদ্দেশ নৱম শ্ৰেণীৰ ছাত্ৰদ্বয়
- নিখোজ চানমাৰিৰ বিকাশ ৰাজবংশী, নুনমাটিৰ আলী হুছেইন
- বছৰেকীয়া পৰীক্ষাত অৱতীৰ্ণ হবলৈ আহি সন্ধানহীন দুই ছাত্ৰ
- নুনমাটি উচ্চ মাধ্যমিকৰ ছাত্ৰ বিকাশ আৰু আলী
- শুকুৰ বাৰৰ পৰা সন্ধানহীন দুইগৰাকী ছাত্ৰ
- শুকুৰবাৰে আছিল দুয়োৰে ইংৰাজী বিষয়ৰ পৰীক্ষা
- নুনমাটি আৰক্ষী থানা, পল্টন বজাৰ আৰক্ষী থানাত পৃথকে পৃথকে ৰুজো গোচৰ
- বৰ্তমানলৈ সম্ভেদ নাই সন্ধানহীন দুগৰাকী ছাত্ৰৰ
- ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us