গুৱাহাটী মহানগৰীৰ ভঙাগড়ত দুৰ্ঘটনা। নিয়ন্ত্রণ হেৰুৱাই হৰ্ডিঙৰ খুঁটাত খুন্দা ডাম্পাৰৰ। ডাম্পাৰৰ খুন্দাত ভাঙি যায় হৰ্ডিঙৰ খুঁটাটো। গণেশগুৰি দিশৰ পৰা উলুবাৰী অভিমুখী আছিল ডাম্পাৰখন। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন ডাম্পাৰ চালকৰ।