0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
ব্যৱসায়ী মুকেশ আম্বানীৰ কণিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠানক কেন্দ্ৰ কৰি এতিয়া চৰ্চাৰ শীৰ্ষত আছে আম্বানী পৰিয়াল। বিয়াৰ এই অনুষ্ঠানসমূহত হ'বলগীয়া দৰা -কইনাতকৈ মুকেশ আম্বানী তথা তেওঁৰ পত্নী নীতা আম্বানীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।তেওঁলোকৰ ৰোমাঞ্চ আৰু নৃত্যয়ে উপস্থিত সকলোকে মোহিত কৰিছিল।নকৰিবই বা কিয় ! বাস্তৱ জীৱনত তেওঁলোক দুয়ো খুব ৰোমাণ্টিক। হিন্দী চিনেমাৰ কাহিনীৰ দৰেই মুকেশ-নীতাৰ প্ৰেমকাহিনী।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব