0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
শিশু তথা কিশোৰ-কিশোৰীসকলৰ সুস্বাস্থ্য বৰ্তি থাকিবলৈ তেওঁলোকৰ শৰীৰত কেলচিয়ামৰ অভাৱ নোহোৱাটো গুৰুত্বপূৰ্ণ। পৰ্যাপ্ত কেলচিয়ামে তেওঁলোকৰ হাড় শক্তিশালী কৰে।যাৰ ফলত তেওঁলোক অষ্টিওপোৰোচিছৰ দৰে গুৰুতৰ সমস্যাৰ পৰা বাচি থাকিব পাৰে।উঠি অহা ল'ৰা-ছোৱালীসকল সুস্থ-সবল হৈ থাকিবলৈ আন পুষ্টিবোৰৰ লগতে তেওঁলোকৰ খাদ্য তালিকাত কেলচিয়াম আৰু ভিটামিন-ডি যুক্ত আহাৰ অন্তৰ্ভুক্ত কৰাটো খুবেই জৰুৰী।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব