0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
প্ৰভাত আৰু জোৎস্নাৰ এখন সৰু মৰমৰ সংসাৰ।জোৎস্না পেছাত এগৰাকী শিক্ষয়িত্ৰী, প্ৰভাতে এখন হোটেল চলায়। প্ৰভাতে বন্ধু ৰঞ্জিত, শ্ৰেয়া আৰু দেৱৰ সৈতে মিলি সমাজৰ আৰ্তসকলকৰ হকেও যথাসাধ্য কাম কৰে।কিন্তু সমগ্ৰ বিশ্বতে সন্ত্ৰাস সৃষ্টি কৰা কৰোনা মহামাৰীয়ে প্ৰভাত-জোৎস্নাৰ সংসাৰখনকো খুব বেয়াকৈ প্ৰভাৱিত কৰে।লকডাউনৰ মাজতে ঘটনা এক অপৰাধমূলক দূৰ্ঘটনাই তেওঁলোকৰ জীৱনলৈ এক প্ৰকাৰ ধুমুহা নমাই আনে।তদুপৰি, বিত্তৱান তথা ক্ষমতাশালী লোকৰ শোষণ, শিথিল শাসনতন্ত্ৰৰ অনিময় আৰু দুৰ্নীতিপিষ্ট হস্তক্ষেপৰ বেহুত প্ৰভাত খুব বেয়াকৈ বন্দী হৈ পৰে, ঠিক মহাভাৰতৰ অভিমন্যুৰ দৰেই !
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব