/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/mrdl-dp-news-face-for-web-AP-full-no-ad-2-copy.jpg)
ডিজিটেল ডেস্কঃ কোন হ'ব গহপুৰত বিজেপিৰ প্ৰাৰ্থী? সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰিছিল ৯জন প্ৰাৰ্থীয়ে। উল্লেখযোগ্য যে, এই সমষ্টিটোত আছে বৰ্তমান বিজেপিৰে বিধায়ক। কিন্তু বিধায়কজনৰ বিৰুদ্ধে আছে প্ৰতিষ্ঠান বিৰোধী ঢৌ।
সেয়েহে গহপুৰত বিজেপিৰ কোন প্ৰাৰ্থী হ'ব তাক লৈ হৈছে ভোটগ্ৰহণ। সমষ্টিটোৰ বিজেপিৰ মণ্ডল আৰু পঞ্চায়তৰ সভাপতিসকলক লৈ এই ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ইয়াত উপস্থিত আছে বিজেপিৰ নেতা জয়ন্ত মল্ল বৰুৱা।