New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
- নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীত হোৱা ভয়ংকৰ ভূমিস্খলনত এগৰাকী কিশোৰৰ মৃত্যু।
- মহানগৰীৰ দতালপাৰাত পাহাৰ খঁহি মৃত্যু হৈছে এগৰাকী কিশোৰ।
- দীপজ্যোতি বড়ো নামৰ কিশোৰ গৰাকীৰ মৃত্যু হোৱা খবৰ পোৱা গৈছে।
- আহত হৈছে দীপজ্যোতিৰ বায়েক টানিয়া বড়ো।
- ঘটনাস্থলীত উপস্থিত হৈছে প্ৰশাসনৰ লোক।
- ইফালে বোন্দাতো ভয়ংকৰ ভূমিস্খলনৰ খবৰ পোৱা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us