0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
গৌৰীপুৰৰ বগৰিবাৰী উপ ডাক ঘৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ঘটনা পোহৰলৈ আহিছে । ডাক ঘৰৰ খিৰিকী ভাঙি ভিতৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই এই কাণ্ড সংঘটিত কৰে। তাৰোপৰি কোঠালীৰ ভিতৰত থকা কাগজ- পত্ৰৰ লগতে অন্যান্য সা-সামগ্রীও লণ্ড-ভণ্ড কৰে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব