0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
উজনিৰ পৰা বাংলাদেশলৈ চলি থকা গৰুৰ ছিণ্ডিকেট সন্দৰ্ভত তদন্তৰ দাবী জনাইছে নেমছু'ই। উজনি অসমৰ পৰা কলিয়াবৰ-নগাঁও-মৰিগাঁও হৈ নীতি বহিৰ্ভূতভাৱে এই গৰুৰ ছিণ্ডিকেট চলি থকাৰ অভিযোগ সংগঠনটোৰ। প্ৰতিদিনাই উজনিৰ পৰা শ শ গৰুভৰ্তি ট্ৰাক যায় খানাপাৰালৈ।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব