accident news
কেৰালাত কাম কৰিবলৈ গৈ পথ দুৰ্ঘটনাত নিহত এজন, আহত ৩জন
পুনৰ বহিঃৰাজ্যলৈ কাম কৰিবলৈ গৈ শ্ৰমিকৰ মৃত্যু হোৱাৰ কৰুণ ঘটনা সংঘটিত হৈছে ৰাজ্যত। এইবাৰ চিৰাং জিলাৰ পৰা দক্ষিণ ভাৰতৰ কেৰালাত কাম কৰিবলৈ গৈ এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন শ্ৰমিক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে তিনিজনকৈ শ্ৰমিক।
ফাকুৱাৰ আনন্দ-উল্লাসৰ মাজতে মথুৰাপুৰত ভয়ংকৰ পথ দুর্ঘটনা, এজন কিশোৰ নিহত