পানীখাইটিত পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে দুজনৰ..

পানীখাইটিত পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে দুজনৰ..

author-image
Asomiya Pratidin
New Update
পানীখাইটিত পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে দুজনৰ..

নুমলীগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা...

ডিজিটেল সংবাদ,নগাঁওঃ দেওবাৰে নিশা নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পানীখাইটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। চাৰিলেনযুক্ত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পানীখাইটিত ৰখাই থোৱা ৰদ কঢ়িওৱা এখন ট্ৰেইলাৰত এখন টেম্পু বাহনে প্ৰচন্দ জোৰত খুন্দা মৰা ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

Advertisment

জানিব পৰা মতে এন এল ০ এ চি ০২০৭ নম্বৰৰ ট্ৰেইলাৰখনত এ এছ ০২ চি চি ০১১২ নম্বৰৰ টেম্পু খনে খুন্দা মাৰে। ফলত কঠীয়াতলীৰ ১৭ বছৰীয়া ছাত্ৰ ৰমেন বিশ্বাস আৰু ৰাঙলুউৰিয়াগ্ৰাণ্ট টুবুকিৰ ২৬ বছৰীয়া শ্ৰমিক আনাৰ হুছেইনৰ মৃত্যু হয়। ঘটনাটোত আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈ বৰ্তমান গুৱাহাটীত চিকিৎসাধীন হৈ আছে।

Also Read: বৰভেটিত ৰঙালীৰ আনন্দ...

nagaon police accident news nagaon accident