চিলাপথাৰৰ জ্যোতিনগৰত পথ দুৰ্ঘটনা, নিহত এজন কলেজীয়া ছাত্ৰ

চিলাপথাৰৰ জ্যোতিনগৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত এজন কলেজীয়া ছাত্ৰ। নিহত ছাত্ৰজনৰ নাম বিশ্বজিত কোঁৱৰ (২৫)। পূৰ্বাঞ্চল কলেজৰ স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰ আছিল বিশ্বজিত। ট্ৰেক্টৰ আৰু স্কুটীৰ মুখা-মুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
ভয়ংকৰ পথ দুৰ্ঘটনা

ভয়ংকৰ পথ দুৰ্ঘটনা

  • চিলাপথাৰৰ জ্যোতিনগৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা
  • দুৰ্ঘটনাত নিহত এজন কলেজীয়া ছাত্ৰ
  • নিহত ছাত্ৰজনৰ নাম বিশ্বজিত কোঁৱৰ (২৫)
  • পূৰ্বাঞ্চল কলেজৰ স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰ আছিল বিশ্বজিত
  • ছাত্ৰজনৰ ঘৰ ডিব্ৰুগড়ৰ জিলাৰ তিতাদিমৰু গাঁওত
  • ট্ৰেক্টৰ আৰু স্কুটীৰ মুখা-মুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা
  • বুধবাৰে দিনৰ ১০-৩০ সংঘটিত হয় দুৰ্ঘটনাটো
  • দুৰ্ঘটনাগ্ৰস্ত টেক্টৰখনৰ নম্বৰ এএছ২২-চি-৫৭৬৩
  • দুৰ্ঘটনাগ্ৰস্ত স্কুটীৰ নম্বৰ এএছ০৭-ডাৱ্লিউ-৯৭৯৩
  • চিলাপথাৰ আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে  তদন্ত 
accident accident latest assam accident latest accident news bike accident