0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
পিতৃ-মাতৃসকল শিশুৰ স্বাস্থ্যৰ প্ৰতি খুবেই সচেতন, যিটো একেবাৰে স্বাভাৱিক।শিশুৰ খাদ্য আৰু পানীয়ৰ প্ৰতি অভিভাৱকসকলে সদায়েই বিশেষ মনোযোগ দিয়া উচিত।বিশেষকৈ যেতিয়া আপোনাৰ শিশুটি ৬ মাহতকৈ সৰু হয়। তেওঁলোকক সদায়ে পুষ্টিসমৃদ্ধ আহাৰ প্ৰদান কৰিব লাগে।ইয়াৰ বাবে সকলোয়ে শিশুৰ আহাৰৰ তালিকাত মগু দাইল, খিচিৰি, চুজি আদি অন্তৰ্ভূক্ত কৰে। কিন্তু আন এবিধ এনে খাদ্য আছে, যিয়ে শিশুৰ স্বাস্থ্য ৰক্ষাত অমৃতৰ দৰে কাম কৰে। হয়, ভাতৰ মাৰ শিশুৰ বাবে খুবেই উপকাৰী।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব