0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
বহু লোকেই গৰমত কণী খোৱাটো অপকাৰী বুলি ধাৰণা কৰি লয়। কিন্তু কণী কেৱল শীতকালতে নহয়, গ্ৰীষ্মকালত খোৱাটোও সমানে উপকাৰী। কণীৰ বহু আশ্চৰ্যকৰ স্বাস্থ্য উপকাৰিতা আছে।ইয়াত প্ৰ'টিন, কেলচিয়াম আৰু অমেগা ৩ ফেটি এচিডকে ধৰি বহুতো পুষ্টিকৰ উপাদান পোৱা যায়।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব