অখিল গগৈক সাক্ষাতৰ বাবে GMCHত লুৰীণজ্যোতি গগৈ…

অখিল গগৈক সাক্ষাতৰ বাবে GMCHত লুৰীণজ্যোতি গগৈ…

author-image
asomiyapratidin
New Update
অখিল গগৈক সাক্ষাতৰ বাবে GMCHত লুৰীণজ্যোতি গগৈ…

ডিজিটেল ডেস্কঃ জি এম চি এইচক ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সাক্ষাতৰ বাবে উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ। দুয়োগৰাকী নেতা এক বৈঠকত মিলিত হব চিকিৎসালয়তে। এই সাক্ষাততে দুয়োটা দলৰ আসনৰ বুজাবুজিৰ ক্ষেত্ৰত হ'ব আলোচনা। বিভিন্ন সমষ্টিত ভাগ বটোৱাৰাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত হব পাৰে এই বৈঠকত।