/asomiyapratidin/media/media_files/2025/05/19/kcnZTXldswOM22LHOC4T.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জাজৰিৰ খালৈগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মনোৰঞ্জন শইকীয়া নামৰ এগৰাকী ব্যক্তিৰ ব্ৰয়লাৰ ফাৰ্মত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। এই পৰ্যন্ত ঘটনাৰ কাৰণ জানিব পৰা নাই।
অগ্নিকাণ্ডত ফাৰ্মখনৰ লগতে, তাত থকা ১৬০০ টা ব্ৰয়লাৰ মুৰ্গী পুৰি চাৰখাৰ হয়। এই ঘটনাত কথমপি কাষতে থকা চৰ্দাৰ বল্লভভাই পেটেল খালৈগাঁও প্ৰাথমিক বিদ্যালয়খন ৰক্ষা পৰে।