0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
কপৌ চৰাই,ঘনচিৰিকা,কনামুচৰিকে আদি কৰি দুশৰো অধিক চৰাই- চিৰিকটিৰ মৃত্যু হোৱাত প্ৰকৃতি প্ৰেমী ৰাইজে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এই ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত বনবিভাগৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব