বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

মটৰচাইকেলৰ খুন্দাত নিহত এজন ব্যক্তি। ব্যক্তিজনৰ নাম লক্ষ্মণ বৰ্মন ৷

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা৷
  • মটৰচাইকেলৰ খুন্দাত নিহত এজন ব্যক্তি।
  • ব্যক্তিজনৰ নাম লক্ষ্মণ বৰ্মন ৷
  • AS12-AG-2869 নম্বৰৰ পালচাৰ বাইকেৰে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় ব্যক্তিজন। 
  • দুৰ্ঘটনা সংঘটিত কৰি মটৰ চাইকেল আৰোহীৰ পলায়ন। 
  • অৱশেষত চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰে মটৰচাইকেলসহ আৰোহীজনক। 
বালিপৰা