0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোনো বাহিৰা ব্যক্তি অথবা সংগঠনক কটন বিশ্ববিদ্যালয়ৰ সম্পত্তি ‘আউটচৰ্চিং’কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে সন্মতি নিদিয়ে বুলি ষ্পষ্টভাৱে ব্যক্ত কৰাৰ বাবে আৰু কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এনেধৰণৰ পদক্ষেপ ততালিকে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া কাৰ্যক কটন বিশ্ববিদ্যালয় শিক্ষক সংস্থাই আদৰণি জনাইছে। শেহতীয়াকৈ এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰি শিক্ষক সংস্থাই কয়- মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ এক সুদূৰপ্ৰসাৰী প্ৰভাৱ থাকিব বুলি কটন বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজে অনুভৱ কৰে ।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব