New Update
/asomiyapratidin/media/media_files/2025/10/10/ghthtrr-2025-10-10-15-39-44.jpg)
- কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা
- ২০২৫/২৬ বৰ্ষৰ ছাত্র একতা সভাৰ ফলাফল ঘোষণা
- ছাত্র একতা সভাৰ সভাপতি পদত দ্বীপশেখৰ কলিতাৰ জয়লাভ
- দ্বীপশেখৰ কলিতা অসম ছাত্র পৰিষদৰ প্রাৰ্থী
- উপ-সভাপতি হিচাপে ছাত্র মুক্তিৰ টুজা ব্রহ্মৰ জয়লাভ
- সাধাৰণ সম্পাদক পদত জয়লাভ আছুৰ প্ৰাৰ্থী কীতিময় কাশ্যপ
- সহকাৰী সাঃ সম্পাদকৰ পদত আছুৰ ময়ূৰী বৰুৱা
- কটনীয়ানৰ সম্পাদক ছাত্র পৰিষদৰ এঞ্জেলীনা দাস
- ছাত্ৰী জিৰণী কোঠাৰ সম্পাদিকা আছুৰ সাধনা শ্রেষ্ঠ
- ছাত্র জিৰণী কোঠাৰ সম্পাদক পবিত্র বড়ো
- সাংস্কৃতিক সম্পাদক ছাত্র মুক্তিৰ ভায়লীনা বড়ো
- সংগীত বিভাগৰ সম্পাদক ছাত্র পৰিষদৰ জ্ঞানদ্বীপ তামুলী
- সমাজসেৱা বিভাগৰ সম্পাদক আছুৰ নিশান্ত ভৰদ্বাজ