New Update
/asomiyapratidin/media/media_files/2026/02/03/cotttotntnnt-2026-02-03-23-24-05.jpg)
- পুনৰ কটন বিশ্ববিদ্যালয়ত সংঘটিত হৈছে মাৰপিটৰ ঘটনা।
- SRB আৰু SNBC ছাত্ৰাবাসৰ ছাত্ৰৰ মীজত দুৰ্বাদল কাজিয়া।
- মঙলবাৰে কটন বিশ্ববিদ্যালয়ৰ খেল সপ্তাহত ফুটবল মেচত পৰাস্ত হোৱাৰ বাবেই আক্ৰমন SNBCৰ ছাত্ৰক।
- SNBC ছাত্ৰাবাসৰ পাঁচজনকৈ কণিষ্ঠ ছাত্ৰক দাৰে আক্ৰমনৰ অভিযোগ।
- SNBC ছাত্ৰাবাসৰ আহত ছাত্ৰ কেইজনক সংকটজনক অৱস্থাত GMCHত ভৰ্তি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us