New Update
/asomiyapratidin/media/media_files/2025/09/11/new-ap-web-3-2025-09-11-09-32-36.jpg)
- পুনৰ বিতৰ্কত কটন বিশ্ববিদ্যালয়
- দেৱাশীষ বৰ্মন নামৰ ছাত্ৰজনক অপহৰণ কৰাৰ অভিযোগ
- SNBC হোষ্টেলৰ একাংশ ছাত্ৰৰ বিৰুদ্ধে এই অভিযোগ
- হোষ্টেলৰ কোঠাত সোমাই মাৰপিট কৰিছিল কেইবাজনো ছাত্ৰই
- অশ্লীল ভিডিঅ’ বনোৱাৰ চেষ্টা কৰাৰো অভিযোগ ছাত্ৰজনৰ
- ঘটনা সন্দৰ্ভত পাণবজাৰ থানাত এজাহাৰ দাখিল দেৱাশীষ বৰ্মনৰ
- এজাহাৰত উল্লেখ SNBC হোষ্টেলৰ কেইবাগৰাকীও ছাত্ৰৰ নাম
- অভিযুক্ত ছাত্ৰকেইজনক থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল
- আৰক্ষীৰ নিৰ্দেশ আওকাণ কৰাত অভিযান চলায় SNBC হোষ্টেলত
- আৰক্ষীয়ে জব্দ কৰে লাঠী, ষ্টাম্প, বেট, চিপৰাং জাতীয় সামগ্ৰী
- হোষ্টেলৰ প্ৰতিগৰাকী ছাত্ৰক দীৰ্ঘসময় সোধা-পোছা কৰে আৰক্ষীয়ে