0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ওপৰত হিন্দুত্ববাদী দুষ্কৃতিকাৰীৰ আক্ৰমণক তীব্র গৰিহণা দিছে ৰাইজৰ দলে। ৰাহুল গান্ধীৰ সমদলক বাধা প্ৰদান কৰা, সমদলৰ ওপৰত আক্রমণ আৰু প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক শাৰিৰীকভাবে নিগ্রহ কৰা ঘটনাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কার্যকৰী সভাপতিদ্বয় ভাস্কো ডি শইকীয়া আৰু কৱীন্দ্র চেতিয়া ফুকনে গভীৰ উদ্বেগ প্রকাশ কৰে। ৰাইজৰ দলৰ নেতৃবর্গই কয় যে এয়া গণতন্ত্ৰৰ ওপৰত আক্রমণ।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব