ৰাইজৰ দলৰ পৰা পদত্যাগ ৰাজ্যিক সম্পাদক ভবেন সন্দিকৈৰ...

দলৰ কৰ্ণধাৰ কমিটী, আৰ.টি.আই চেলৰ আহ্বায়ক আছিল সন্দিকৈ

author-image
Asomiya Pratidin
New Update
ৰাইজৰ দলৰ পৰা পদত্যাগ ৰাজ্যিক সম্পাদক ভবেন সন্দিকৈৰ...

Raijor Dal State Secretary Quits Party

ডিজিটেল ডেস্ক : ৰাইজৰ দলৰ পৰা পদত্যাগ ভবেন সন্দিকৈৰ। ৰাইজৰ দলৰ জ্যেষ্ঠ কৰ্মী তথা ৰাজ্যিক সম্পাদক আছিল ভবেন সন্দিকৈ। মঙলবাৰে দলৰ পৰা পদত্যাগ কৰাৰ কথা চ'ছিয়েল মিডিয়াত এক পোষ্টৰ জৰিয়তে প্ৰকাশ কৰে।

Advertisment

ইয়াৰ উপৰিও দলৰ কৰ্ণধাৰ কমিটী, আৰ.টি.আই চেলৰ আহ্বায়ক আছিল সন্দিকৈ।সাংগঠনিক দায়িত্বৰ লগতে সাধাৰণ সদস্য পদৰ পৰা পদত্যাগ কৰে ভবেন সন্দিকৈয়ে।

assam guwahati raijor dol