0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
মঙলবাৰে শিৱসাগৰত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। দলটোৰ নেতা-কৰ্মীয়ে শিৱসাগৰ ঐতিহাসিক দ’লমুখ প্ৰাংগনৰ পৰা কালীপ্ৰসাদ মেমৰিয়েল ভৱনত অনুষ্ঠিত হ’বলগা জিলা কাৰ্যনিৰ্বাহক সভালৈ বিশাল ৰেলীৰে আদৰিলে ৰাজ্যিক সভাপতিগৰাকীক।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব