New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা
- যোৰহাটত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সংবাদমেল
- ৰাভা-হাছং পৰিষদীয় নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা
- ৬ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে বিজেপিয়ে
- ১৫নং আগিয়া সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সুচিত্ৰা নাথ
- ২নং কঠাকুঠি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভৈৰৱ কছাৰী
- ২০নং জয়ৰামকুছি সমষ্টিত প্ৰেমাজুলি ৰাভাক বিজেপিৰ প্ৰাৰ্থিত্ব
- ২২নং বোন্দাপাৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী মেঘালী ৰাভা
- ৩০নং বামুণীগাঁও সমষ্টিত অজিত ৰাভাক বিজেপিৰ প্ৰাৰ্থিত্ব
- ৩৫নং শিলপোটা সমষ্টিত কমলেশ্বৰ ৰাভাক বিজেপিৰ প্ৰাৰ্থিত্ব
- ৩৬টা সমষ্টিৰ ৬টা পৰিষদীয় সমষ্টিতহে বিজেপিৰ প্ৰাৰ্থী ঘোষণা
- ২ এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন