0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
বিটিচিৰ পঞ্চম সাধাৰণ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে । বিটিচিৰ পাঁচখন জিলাত আছে ৪০ টা সমষ্টি। ইয়াৰে ভিতৰত কোকৰাঝাৰ জিলাত আছে ১২ টা সমষ্টি আৰু জিলাখনত মুঠ ১০০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব