শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...
Browsing Tag

delhi

ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ গ’ল প্ৰায় ২৬ জনৰ,এতিয়াও আৱদ্ধ বহুতো…

ডিজিটেল ডেস্ক: এক ভয়ংকৰ অগ্নিকাণ্ডই জোকাৰি যায় ৰাজধানী দিল্লী।শুকুৰবাৰে দিল্লীৰ মুন্দাকা অঞ্চলত এটা অট্টালিকাত সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ। এই অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে কম সময়তে সকলো অট্টালিকাটোত থকা সা-সম্পত্তি জ্বলি চাই হৈ
আৰু পঢ়ক...

CAA বিৰোধী আন্দোলনৰ অভিকেন্দ্র শ্বাহিনবাগত উচ্ছেদ অভিযান

CAA বিৰোধী আন্দোলনৰ অভিকেন্দ্র শ্বাহিনবাগত উচ্ছেদ অভিযান।সন্দেহযুক্ত নাগৰিক, বেদখলকাৰীৰ বিৰুদ্ধে এই উচ্ছেদ অভিযান।দক্ষিণ দিল্লীৰ পৌৰ নিগম কৰ্তৃপক্ষই চলাইছে উচ্ছেদ অভিযান।উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি স্থানীয় বাসিন্দাৰ প্রতিবাদ।প্রতিবাদকাৰীৰ
আৰু পঢ়ক...

২৪ ঘন্টাত ১১০১ জন আক্ৰন্ত কোৰোনাত…

দেশত পুনৰ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘন্টাত দিল্লীত ১১০১ জন আক্ৰান্ত হৈছে কোৰোনাত।মৃত্যু হৈছে এজন ব্যক্তিৰ।সোমবাৰে প্ৰকাশ পাইছে এই তথ্য।দিল্লীত মুঠ ১৫,৬৪২ জনৰ কোৰোনা পৰীক্ষা কৰি হৈছিল।
আৰু পঢ়ক...

দিল্লীৰ যন্তৰ-মন্তৰ কঁপাই তুলিলে সদৌ অসম আদিবাসী ছাত্ৰই…

নতুন দিল্লীৰ যন্তৰ-মন্তৰত সদৌ অসম আদিবাসী ছাত্ৰ সংস্থাৰ প্ৰতিবাদ।জনজাতি কৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ।জনজাতি কৰণৰ নামত বিজেপি চৰকাৰে আমাক প্ৰতাৰণা কৰিছে। তেওঁলোকে হুংকাৰ প্ৰদান কৰি কয় যে জনজাতি কৰণ নকৰিলে আগন্তুক দিনত আৰু অধিক
আৰু পঢ়ক...

মই সৰু মানুহ, দেশৰ বাবে জীৱন দিবলৈও সাজু: অৰবিন্দ কেজৰিবাল

ডিজিটেল ডেস্ক: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবালৰ বাসগৃহত আক্ৰমণ হোৱা ঘটনাক লৈ এতিয়াও অব্যাহত আছে চাঞ্চল্যৰ।এই আক্ৰমণৰ বাবে বিজেপিৰ ওপৰত অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীয়ে। এই ঘটনা সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে
আৰু পঢ়ক...

ডাৰ্টী হৈছে টুইটাৰ, কিয় নলয় ব্যৱস্থা- ন্যায়ালয়

ডিজিটেল ডেস্ক: দিল্লী উচ্চ ন্যায়ালয়ো সোমবাৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰক উদ্দেশ্য কৰি এক বিশেষ মন্তব্য কৰে। ন্যায়ালয়ে প্ৰশ্ন কৰে যে ''যদি আপোনালোকে আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ টুইটাৰ একাউন্ট ব্লক কৰিব পাৰে তেন্তে
আৰু পঢ়ক...

কন্যা সন্তানক লৈ নাছিল সুখী! মাইক্ৰৱেভৰ পৰা উদ্ধাৰ ২ মহীয়া শিশুৰ মৃতদেহ…

ডিজিটেল ডেস্ক: নিজৰ ২ মহীয়া শিশুক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মাতৃৰ বিৰুদ্ধে। এই ঘটনা সংঘটিত হৈছে দিল্লীৰ চিৰাগ অঞ্চলত। সোমবাৰে (২১ মাৰ্চ) মাইক্ৰৱেভ ওভেনৰ পৰা উদ্ধাৰ হয় এটি ২ মহীয়া শিশুৰ মৃতদেহ।আৰক্ষী উপায়ুক্ত বেনিতা মৈৰী
আৰু পঢ়ক...

পুত্ৰক বচাবলৈ গৈ মৃত্যুক সাৱতি ল’লে পিতৃয়ে…

ডিজিটেল ডেস্ক: দেশত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতেই দিল্লীৰ পৰা পোহৰলৈ আহিছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি দিল্লীৰ পাহাৰগঞ্জ এলেকাত আক্ৰমণকাৰীৰ কবলৰ পৰা পুত্ৰক ৰক্ষা কৰিবলৈ যাঁওতেই পিতৃক চোকা অস্ত্ৰৰে
আৰু পঢ়ক...

কাৰাগাৰৰ ভিতৰতে মাৰপিট, আহত কেইবাগৰাকী কয়দী…

ডিজিটেল ডেস্ক: দিল্লীৰ তিহাৰ জেলত কয়দী সকলৰ মাজত হোৱা এক সংঘৰ্ষত ৪ জনকৈ কয়দী আহত হয়। লগতে কাৰাগাৰৰ দুই বিষয়াও আহত হয়।অৱশ্যে বৰ্তমান স্থিতি নিয়ন্ত্ৰণত আছে বুলি জানিব পৰা গৈছে। তিহাৰৰ ডিজি সন্দীপ গোয়লৰ মতে, শুকুৰবাৰে তিহাৰৰ জেল
আৰু পঢ়ক...

জঘন্য! সুৰাৰ ৰাগীত কিশোৰীক অপহৰণ, পাছত দলবদ্ধ ধৰ্ষণ কৰি হত্যা…

ডিজিটেল ডেস্ক: এগৰাকী ১৪ বছৰীয়া কিশোৰীক অপহৰণ কৰি বলৎকাৰ আৰু হত্যা কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজনক। আন এজন অভিযুক্ত এতিয়াও পলাতক আছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ঘটনাৰ বিৱৰণী অনুসৰি ১৫ ফেব্ৰুৱাৰীৰ দিনা দিল্লীৰ নৰেলা
আৰু পঢ়ক...