চানমাৰীত ৰে’ল লাইনত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ, আত্মহত্যাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ…VIDEO

চানমাৰীত ৰে’ল লাইনত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ, আত্মহত্যাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ…VIDEO

author-image
asomiyapratidin
New Update
চানমাৰীত ৰে’ল লাইনত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ, আত্মহত্যাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ…VIDEO

ডিজিটেল ডেস্কঃ মহানগৰীৰ চানমাৰীস্থিত অসমীয়া প্ৰতিদিনৰ মুখ্য কাৰ্যালয়ৰ সমীপত ৰে'ল লাইনত উদ্ধাৰ বিয়লি উদ্ধাৰ হয় অচিনাক্ত মহিলাৰ মৃতদেহ। আনুমানিক প্ৰায় ৩৮ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে চানমাৰী আৰক্ষীক।

Advertisment

ঘটনাস্থলীত উপস্থিত হৈ চানমাৰী থানাৰ আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰাৰ লগতে খবৰ দিয়ে আৰপিএফক। ইফালে, একাংশ স্থানীয় ৰাইজে মহিলাগৰাকীয়ে ৰে'লৰ আগত জঁপিয়াই আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।