তামাৰহাটৰ মুছলমানপাৰাত চাইকেল আৰোহীক ডাম্পাৰৰ খুন্দা...

তামাৰহাটৰ মুছলমানপাৰাত চাইকেল আৰোহীক ডাম্পাৰৰ খুন্দা...

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

তামাৰহাটৰ মুছলমানপাৰাত চাইকেল আৰোহীক ডাম্পাৰৰ খুন্দা... road accident

  • তামাৰহাটৰ মুছলমানপাৰাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা।

  • তীব্রবেগী ডাম্পাৰৰ খুন্দাত আহত চাইকেল আৰোহী।

  • গুৰুতৰভাৱে আহত মলিন ৰায় নামৰ লোকজন।

  • দুৰ্ঘটনাক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতি।

  • স্থানীয় লোকে চিকিৎসালয়লৈ প্রেৰণ কৰে আহত লোকজনক।

  • তামাৰহাট আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্রণ।

Advertisment

Also Read: 'প্ৰৱঞ্চক প্ৰৱঞ্চকেই, ভাৰতক বন্ধকত থৈ আদানীয়ে চলাইছে লুটপাত'

ডাম্পাৰৰ খুন্দা পথ দুৰ্ঘটনা