0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত এজন যুৱক। মুৰিআলী ঘাটৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ-স্কুটিৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটি চালকজন। নিহত যুৱকজন ধুবুৰী চহৰৰ শান্তি নগৰৰ মানৱ দেৱ বুলি চিনাক্ত।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব