" নগাঁৱৰ জে"ল ৰোডত ভয়ংকৰ অগ্নিকাণ্ড। এখন কাপোৰৰ দোকানত সংঘটিত এই অগ্নিকাণ্ড। অগ্নিদগ্ধ হৈ মৃত্যু এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকীৰ নাম অমৰুল খা। দুখনকৈ অগ্নিনিৰ্বাপক বাহনৰ তৎপৰতাত জুই নিৰ্বাপন। "