/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/f74e4252-b3f4-442d-9d00-e6f635562339/download.jpg)
-
মহানগৰীৰ ৰাজপথত বালি কঢ়িয়াই নিয়া গাড়ীৰ দৌৰাত্ম্য ।
-
কাহিলিপাৰাৰ চতুৰ্থ অসম আৰক্ষী মূল গেটৰ সন্মুখত দুৰ্ঘটনা ।
-
বালি কঢ়িয়াই নিয়া গাড়ীয়ে মহটিয়াই নিয়ে ৰখাই থোৱা দুখনকৈ বাহন ।
-
দুৰ্ঘটনা সংঘটিত কৰা বালি গাড়ীখনৰ নম্বৰ AS-23-AC-9011 ।
-
চালানবিহীনভাৱে বালি সৰবৰাহ কৰিছিল বাহনখনে ।