0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
চতিয়া আৰক্ষী থানাৰ পৰা পলায়ন কৰা আচামী শ্বিলঙত আটক। চতিয়া আৰু বিশ্বনাথ আৰক্ষীয়ে যৌথভাৱে বিশেষ অভিযান চলাই শ্বিলঙৰ পৰা আটক কৰিবলৈ সক্ষম হয়৷ পলাতক আচামী কেজেং নৰোৱা থংডক ইতিমধ্যে চতিয়া থানাত হাজিৰ কৰোৱা হৈছে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব