New Update
/asomiyapratidin/media/media_files/2026/01/25/ujjjdd-2026-01-25-10-48-03.jpg)
- চতিয়া আৰক্ষী থানাৰ পৰা পলায়ন কৰা আচামী শ্বিলঙত আটক।
- চতিয়া আৰু বিশ্বনাথ আৰক্ষীয়ে যৌথভাৱে বিশেষ অভিযান চলাই শ্বিলঙৰ পৰা আটক কৰিবলৈ সক্ষম হয়৷
- পলাতক আচামী কেজেং নৰোৱা থংডক ইতিমধ্যে চতিয়া থানাত হাজিৰ কৰোৱা হৈছে।
- ড্ৰাগছ সৰবৰাহত জড়িত থকা কেজেং নৰোৱা থংডক চতিয়া আৰক্ষীয়ে ইটাখোলাত গ্ৰেপ্তাৰ কৰি চতিয়া আৰক্ষী থানালৈ আনিছিল যদিও আৰক্ষীৰ চকুত ধূলি দি আৰক্ষী থানাৰ পৰা তিনিদিন পূৰ্বে পলায়ন কৰিছিল ড্ৰাগছ সৰবৰাহকাৰীটো।
- ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেজেং নৰবো থংডক অৰুণাচলৰ IRBNৰ জোৱান ।
- সম্প্ৰতি চতিয়া আৰক্ষীয়ে পলাতক আচামীটোক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us