0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিচন, অসমৰ সহযোগত নতুনকৈ সজাই-পৰাই তোলা কাজলগাঁৱৰ যোগ উদ্যানখন অহা ১৬ জুনত উদ্বোধন কৰা হ’ব । উক্ত যোগ উদ্যানৰ উদ্বোধনী অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি যোগ আসনৰ পৰম্পৰাগত স্বাস্থ্য পদ্ধতিৰ প্ৰসাৰৰ বাবে জিলা পৰ্যায়ৰ যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব