0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
জামুগুৰিহাটৰ তৌভঙা নবিল গাঁৱৰ নামঘৰত মঙলবাৰে কৈৱৰ্ত্ত মহিলা সভা অসমৰ এখন বৃহৎ সভা অনুষ্ঠিত হয়৷ কৈৱৰ্ত্ত মহিলা সভাৰ কেন্দ্ৰীয় সভানেত্ৰী ৰূপালী দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে কেন্দ্ৰীয় সংগঠনিক সম্পাদিকা সোণালী দাস ভৰালিয়ে৷
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব