0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
স্বাস্থ্যৰ লগতে পৰিৱৰ্তনশীল বতৰে চুলিকো প্ৰভাৱিত কৰে।বিশেষকৈ এই সময়ছোৱাত শুকান চুলিয়ে আমাৰ সকলোকে অশান্তি দিয়ে। শুকান চুলিৰ পৰা পৰিত্ৰাণ পাবলৈ মহিলাসকলে বজাৰৰ পৰা নামী-দামী সামগ্ৰী ক্ৰয় কৰি ব্যৱহাৰ কৰে যদিও সুফল লাভ নকৰে। বজাৰত উপলব্ধ সামগ্ৰীত থকা ৰাসায়নিক পদাৰ্থবোৰে চুলিৰ সমস্যা কমোৱাৰ সলনি বৃদ্ধিহে কৰে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব