0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
ভুল খাদ্যাভ্যাস তথা জীৱনশৈলীৰ বাবে বহুলোক ইউৰিক এচিডৰ দৰে বিপদজনক ৰোগৰ চিকাৰ হৈছে। যদি শৰীৰত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি হয়, তেন্তে ই বহুতো গুৰুতৰ ৰোগৰ আশংকা বৃদ্ধি কৰে।ইউৰিক এচিডত আক্ৰান্তসকলে ঔষধ গ্ৰহণ কৰি ইয়াক নিয়ন্ত্ৰণত ৰাখে।কিন্তু ঔষধৰ সলনি আপুনি মাত্ৰ ৫ বিধ ফল গ্ৰহণ কৰিয়েই ইউৰিক এচিড নিয়ন্ত্ৰণত ৰাখিব পাৰে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব