/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6ccbf40c-5229-49dd-9a18-24dd3166014a/CACHAR_21.jpg)
কাছাৰ আৰক্ষীৰ সফলতাঃ ড্ৰাগছসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...
-
কাছাৰ আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান।
-
কাছাৰৰ ধলাইৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিলে ৩ জনক।
-
ধৃত ড্ৰাগছ সৰবৰাহী কেইটা আনম উদ্দিন, বচন আলী আৰু ফয়েহ আহমেদ।
-
আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা জব্দ কৰিছে ৮০০ গ্ৰাম হেৰ'ইন।
-
৬০ টা চাবোনৰ বাকচত সৰবৰাহ কৰিছিল ড্ৰাগছখিনি।
-
আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছ সৰবৰাহ কৰা নম্বৰবিহীন এখন বাহনো।
Also Read: ছাত্ৰ নেতা কল্যাণ গগৈলৈ আনুষ্ঠানিক বিদায় সম্বৰ্ধনা...