/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/7c988f08-ec44-4eb8-a93e-be90f8c26714/33.jpg)
-
নগাঁৱত ধনৰ বিনিময়ত চাকৰি !
-
চাকৰিৰ ন্যূনতম মূল্য ৩ লাখ টকা
-
চৰকাৰৰ শেহতীয়া নিয়োগ নীতিৰ বিৰুদ্ধে নগাঁৱত দেখা গ'ল অভিনৱ প্ৰতিবাদ
-
নগাঁও মহাবিদ্যালয়ৰ চ'কত শনিবাৰে পুৱা দেখা গ'ল এক অভিনৱ পৰিৱেশ
-
এখন টেবুলৰ সন্মুখত দুজন লোক,পৰিধান কৰিছে গেৰুৱা বসন
-
চাকৰি বিক্ৰী কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে নগাঁৱৰ বিৰিঞ্চি বৰা আৰু দুলাল বৰাই।
Also Read: জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান