New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
- বটদ্ৰৱা ডুমডুমীয়া সংযোগী গড়কাপ্তানী পথৰ ৰামপুৰ সত্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
- দুৰ্ঘটনাত ঠিতাতে মৃত্যু এজন মটৰচাইকেল আৰোহীৰ।
- মটৰচাইকলেৰে ডুমডুমীয়া অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।
- নতুনকৈ নিৰ্মাণ কাৰ্য্য চলি থকা কালভাৰ্টৰ দ-গাতত পৰি মৃত্যু হয় অচিনাক্ত ব্যক্তি গৰাকীৰ।
- নিৰ্মাণকাৰ্য্য চলাই থকা প্ৰতিষ্ঠানে পথৰ ওপৰত কোনো সাংকেতিক চিহ্ন নিদিয়াৰ বাবেই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ।
- ঘটনাস্থলিত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।
- মৃত্যু ব্যক্তি গৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই।